অসমত থকা এল'পেথিক ঔষধ উৎপাদন গোটৰ তালিকা
| ক্ৰ নং | উৎপাদনকৰ্তাৰ নাম | উৎপাদন কেন্দ্ৰৰ ঠিকনা | আনুজ্ঞাপত্ৰ নং | ম্যাদ |
|---|---|---|---|---|
| ১ | অসম কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড | গোপীনাথ নগৰ, গুৱাহাটী-১৬ | 6/DR/45(25) 1/DR/49(28) | ৩১/১২/২০১৬ ৩১/১২/২০১৭ |
| ২ | বি ডি ফাৰ্মাচিউটিকেলছ | কালাপাহাৰ, গুৱাহাটী-১৭ | 184/DR/Mfg/95(25) 185/DR/Mfg/95(28) | ৩১/১২/২০১৯ |
| ৩ | কামাখ্যা লেৱৰেটৰী | বোন্দা, গুৱাহাটী-২৬ | 180/DR/Mfg/94(25) 181/DR/Mfg/94(28) | ৩১/১২/২০১৬ |
| ৪ | লয়ডছ ফাৰ্মাচিউটিকেলছ | কালাপাহাৰ, গুৱাহাটী-১৭ | 167/DR/Mfg/93(25) 168/DR/Mfg/93(28) | ৩১/১২/২০১৭ |
| ৫ | বিজয় লেৱৰেটৰীজ | আমিনগাওঁ, গুৱাহাটী-৩১ | 325/DR/Mfg/05(28) 326/DR/Mfg/05(25) | ৩১/১২/২০১৯ |
| ৬ | ঘনশ্যাম ফাৰ্মাচিউটিকেলছ | ৰানী, গুৱাহাটী | 344/DR/Mfg/ (25) 345/DR/Mfg/ (28) | ৩১/১২/২০২০ |
| ৭ | জোনালী ফাৰ্মাচিউটিকেলছ | টেঙাপাৰা, কোকৰঝাৰ | 341/DR/Mfg/06(25) 342/DR/Mfg/06(28) | ৩১/১২/২০২০ |
| ৮ | হিন্দুস্তান ইউনিলিভাৰ | ডুমডুমা, তিনিচুকীয়া | 343/DR/Mfg/06 (25) | ৪/১০/২০১৭ |
| ৯ | কোৱালিটী ফাৰ্মা | লাহোৱাল, ডিব্ৰুগড় | 337/Mfg/06 (25) 338/Mfg/06 (28) | ৩১/১২/২০২০ |
| ১০ | ড'জেন কেমিকেলছ | কালাপাহাৰ, গুৱাহাটী-১৭ | 17/DR/Mfg/60(25) 20/DR/Mfg/62 (28) | ৩০/০৯/২০১৮ |
| ১১ | অজ'ন ফাৰ্মাচিউটিকেলছ | ইপিআইপি, আমিনগাওঁ, গুৱাহাটী-৩১ | 205/DR/Mfg/01 (25) 206/DR/Mfg/01 (28) | ৩১/১২/২০১৭ |
| ১২ | চান ফাৰ্মা ড্ৰাগছ প্ৰাইভেট লিমিটেড | কোকঝাৰ, মিৰ্জা, পলাশবাৰী ৰোড, ডাক- পলাশবাৰী, জিলা-কামৰূপ | 374/DR/Mfg/13 (25) 375/DR/Mfg/13 (28) | ৩০/০৬/২০১৮ |
| ১৩ | জি আৰ ডি ফাৰ্মাচিউটিকেলছ | ৰাণী, গুৱাহাটী | 352/DR/Mfg/08(25) 372/DR/Mfg/13 (28) 07/01/2013. | ২৭/০৩/২০১৭ ০৬/০১/২০১৮ |
| ১৪ | নেটক' ফাৰ্মা লিমিটেড | কোকঝাৰ, মিৰ্জা-২৫ জিলা -কামৰূপ(গ্ৰা) | 379/DR/Mfg/2014 (25) | ০৪/০৭/২০১৯ |
| ১৫ | এৰিছ লাইফচাইন্সেছ লিমিটেড | ব্ৰক্ষ্মপুত্ৰ ঔদ্যোগিক পাৰ্ক, শিলা, গুৱাহাটী-৩১ | 377/DR/Mfg/2014 (25) 378/DR/Mfg/2014 (28) | ০২/০৪/২০২২ |
| ১৬ | ইষ্ট ৱেষ্ট ফাৰ্মা | গাওঁ- নুমলী জালাহ, মৌজা – শিলা, দাগ নং ৮১, প্লট নং ২৪, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ, সুন্দৰীঘোপা, আমিনগাওঁ, গুৱাহাটী-৩১, কামৰূপ | 386/DR/Mfg/2016 (25) 387/DR/Mfg/2016 (28) | ১৮/০৩/২০২১ |
| ১৭ | ফিনিক্স লেৱৰেটৰী | নাৰায়নপুৰ, ১০৫ নং কোচপাৰাগাওঁ পঞ্চায়ত, জিলা-কামৰূপ(গ্ৰা) | 388/DR/Mfg/2016 (25) 389/DR/Mfg/2016 (28) | ১৭/০৪/২০২১ |
| ১৮ | অজন্তা ফাৰ্মা | মিৰ্জা, পলাশবাৰী ৰোড, গাওঁ-কোকঝাৰ, কামৰূপ | 394/DR/Mfg/2017 (25) 395/DR/Mfg/2017 (28) | ০১/০১/২০২২ |
| ১৯ | কিউৰ চিউৰ ফাৰ্মা | ১০ মাইল, আমেৰিগোগ, জি এছ ৰড, গুৱাহাটী-২৩, কামৰূপ মেট্ৰ' | 396/DR/Mfg/2017(25) 397/DR/Mfg/2017(28) | ০১/০২/২০২২ |
| ২০ | অজ'ন ফাৰ্মাচিউটিকেলছ | আমিনগাওঁ, ইপিআইপি, গুৱাহাটী-৭৮১০৩১, কামৰূপ(গ্ৰা), অসম | 398/DR/Mfg/2017 (25) | ০২/০২/২০২২ |
| ২১ | হিটাৰ' লেবছ লিমিটেড | গাওঁ-হুদুমপুৰ, মৌজা চায়ানি, ডাক আৰু থানা -পলাশবাৰী, কামৰূপ | 399/DR/Mfg/2017 (25) 400/DR/Mfg/2017 (28) | ১৬/০২/২০২২ |
| ২২ | এপি ফাৰ্মা | প্লট নং ১৫, ইণ্ডাষ্ট্ৰিয়েল গুড চেণ্টাৰ, চাত্তাবাৰী, ছয়গাওঁ, কামৰূপ(গ্ৰা) | 401/DR/Mfg/2017 (25) 402/DR/Mfg/2017 (28) | ২১/০২/২০২২ |
| ২৩ | পিউৰ এণ্ড কিউৰ হেলথকেয়াৰ প্ৰাইভেট লিমিটেড | বৰ্টেজপুৰ, ৰামপুৰ, ডাক-কুকুৰমাৰা, কামৰূপ(গ্ৰা), অসম | 403/DR/Mfg/2017 (25) 404/DR/Mfg/2017 (28) | ২৭/০২/২০২২ |
| ২৪ | হিটাৰ' হেলথকেয়াৰ লিমিটেড | এআইডিচি ঔদ্যোগিক বিকাশ কেন্দ্ৰ, চাংসাৰি, নিজ সুন্দৰীঘোপা, গাওঁ-শিলা, মৌজা-সিন্দুৰীঘোপা, কামৰূপ(গ্ৰা) | 405/DR/Mfg/2017 (25) 406/DR/Mfg/2017 (28) | ২৭/০২/২০২২ |
| ২৫ | চাইন'কেম ফাৰ্মাচিউটিকেল লিমিটেড | শ্বেড নং. ৯(খ), মাৰফৎ জগতি লজিষ্টিকছ, গাওঁ:- কালিপাহাৰ, মৌজা-পূৱ শিলা, সিন্দুৰীঘোপা, কামৰূপা (গ্ৰা) | 407/DR/Mfg/2017 (25) 408/DR/Mfg/2017 (28) | ২৮/০২/২০২২ |
| ২৬ | জে ডি এছছিয়েটছ | শিলা-সিন্দুৰীঘোপা, উত্তৰ গুৱাহাটী, কামৰূপ (গ্ৰা) | 409/DR/Mfg/2017 (25) | ০৬/০৩/২০২২ |
| ২৭ | শ্ৰীনিবাস(গুজৰাট) লেৱৰেটৰীজ প্ৰাইভেট লিমিটেড | ইকৰাতলী, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ইকৰাতলী, বিনইগুটিয়া গাওঁ, ডাক-ডিকম, জিলা-ডিব্ৰুগড়, অসম, ৭৮৬০১০ | 411/DR/Mfg/2017 (25) 412/DR/Mfg/2017 (28) | ০৯/০৩/২০২২ |
| ২৮ | চাইন' ফাৰ্মাচিউটিকেলছ | নোৱাপাৰা, আজাৰা, গুৱাহাটী, অসম-৭৮১০১৭ | 415/DR/Mfg/2017 (25) 416/DR/Mfg/2017 (28) | ২০/০৩/২০২২ |
| ২৯ | কোৱালিটী ফাৰ্মা প্ৰডাক্টছ লিমিটেড, গোট-২ | ঔদ্যোগিক পাম, লাহোৱাল, জিলা-ডিব্ৰুগড়, অসম-৭৮৬০১০ | 417/DR/Mfg/2017 (25) 418/DR/Mfg/2017 (28) | ২২/০৩/২০২২ |
| ৩০ | চিগনভা হেলথকেয়াৰ প্ৰাইভেট লিমিটেড, গোট-২ | ইপিআইপি, শিলা, সুন্দৰীঘোপা, আমিনগাওঁ, উত্তৰ গুৱাহাটী, অসম-৭৮১০৩১ | 419/DR/Mfg/2017 (25) 420/DR/Mfg/2017 (28) | ২৩/০৩/২০২২ |
| ৩১ | ডাবৰ ইণ্ডিয়া লিমিটেড | ঔদ্যোগিক বিকাশ কেন্দ্ৰ, বালিপাৰা, ডাক-ঘোৰামাৰী, শোণিতপুৰ-৭৮৪১০৫, অসম | 421/DR/Mfg/2017 (25) | ২৩/০৩/২০২২ |
| ৩২ | এভিজেন বায়'ফাৰ্মা প্ৰাইভেট লিমিটেড | গাওঁ-উপৰহালী, ডাক-বিজয়নগৰ, মৌজা-ৰামপুৰ, জিলা-কামৰূপ (গ্ৰা), অসম | 422/DR/Mfg/2017 (25) 423/DR/Mfg/2017 (28) | ২৭/০৩/২০২২ |
| ৩৩ | য়াছভী ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড | ১৪ মাইল, বৰ্ণিহাট, সোণাপুৰ, কামৰূপ, অসম | 424/DR/Mfg/2017 (25) | ২৮/০৩/২০২২ |
| ৩৪ | ডাৰভিছ ফাৰ্মা প্ৰাইভেট লিমিটেড | শিৱনাথ গগৈ পথ, ২৪/২ বাঘৰবড়ী, পাঞ্জাবাৰী, গুৱাহাটী-৭৮১০৩৭, অসম | 413/DR/Mfg/2017 (25) 414/DR/Mfg/2017 (28) | ২৯/০৩/২০২২ |
| ৩৫ | মিডাছ কেয়াৰ ফাৰ্নাচিউটিকেলছ প্ৰাইভেট লিমিটেড | ব্ৰক্ষ্মপুত্ৰ ঔদ্যোগিক উদ্যান, প্লট নং ১১২, গাওঁ-শিলা, মৌজা-শিলা সিন্দুৰীঘোপা, ডাক-চাংসাৰি, থানা-কমলপুৰ, কামৰূপ | 410/DR/Mfg/2017 (25) | ২৯/০৩/২০২২ |