মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

আমি কি কৰো

  • ঔষধ তথা প্রসাধনৰ মানদণ্ড ,সুৰক্ষা আৰু কাৰ্যক্ষমতা সুনিশ্চিত কৰা তথা এই ঔষধ আৰু প্রসাধন উচিত মূল্যত গ্রাহকৰ কাষ পোওৱা৷

    নিয়ন্ত্রিত ঔষধৰ প্রকাৰ
    1. অত্যাধুনিক (এলোপেথিক)ঔষধ
    2. আয়ুৰ্বেদিক ঔষধ
    3. হোমিওপেথিক ঔষধ
    4. য়ুনানি আৰু সিদ্ধ ঔষধ
    5. ৰক্ত, ৰক্তৰ উপাদান তথা ৰক্ত সম্পৰ্কীয় সা-সৰঞ্জাম
    6. স্বাস্থ্য সম্পৰ্কীয় সা-সৰঞ্জাম
    প্রযোজ্য তথা বাস্তবায়িত আইনসমূহ
    1. ঔষধ আৰু প্রসাধন আইন ১৯৪০ আৰু ঔষধ আৰু প্রসাধন নীতি ১৯৪৫
    2. ঔষধ তথা যাদুকৰী/অবাস্তব চিকিৎসা (আপত্তিজনক বিজ্ঞাপন) আইন ১৯৫৪ আৰু নীতি ১৯৫৫ ৷
    3. নেক্র'টিক ঔষধ আৰু ছাইক'ট্র'পিক চাবটেন্স আইন ১৯৮৫৷
    4. ঔষধৰ মূল্য নিয়ন্ত্রণ আদেশ ২০১৩৷