ঔষধ তথা প্রসাধনৰ মানদণ্ড ,সুৰক্ষা আৰু কাৰ্যক্ষমতা সুনিশ্চিত কৰা তথা এই ঔষধ আৰু প্রসাধন উচিত মূল্যত গ্রাহকৰ কাষ পোওৱা৷
নিয়ন্ত্রিত ঔষধৰ প্রকাৰ
- অত্যাধুনিক (এলোপেথিক)ঔষধ
- আয়ুৰ্বেদিক ঔষধ
- হোমিওপেথিক ঔষধ
- য়ুনানি আৰু সিদ্ধ ঔষধ
- ৰক্ত, ৰক্তৰ উপাদান তথা ৰক্ত সম্পৰ্কীয় সা-সৰঞ্জাম
- স্বাস্থ্য সম্পৰ্কীয় সা-সৰঞ্জাম
প্রযোজ্য তথা বাস্তবায়িত আইনসমূহ
- ঔষধ আৰু প্রসাধন আইন ১৯৪০ আৰু ঔষধ আৰু প্রসাধন নীতি ১৯৪৫
- ঔষধ তথা যাদুকৰী/অবাস্তব চিকিৎসা (আপত্তিজনক বিজ্ঞাপন) আইন ১৯৫৪ আৰু নীতি ১৯৫৫ ৷
- নেক্র'টিক ঔষধ আৰু ছাইক'ট্র'পিক চাবটেন্স আইন ১৯৮৫৷
- ঔষধৰ মূল্য নিয়ন্ত্রণ আদেশ ২০১৩৷